ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ৰচী, কাপোৰ আদিত বিশেষধৰণে দিয়া পাক বা গ্রথিত ৰূপ
ଉଦାହରଣ : তেওঁ ্ কাপোৰৰ গাঁথিটো খুলিব নোৱাৰিলে
ସମକକ୍ଷ : গাঁথি, ডোৰ, বন্ধন, বান্ধ, বান্ধোন
ଅର୍ଥ : শৰীৰৰ অংগৰ যিখিনি অংশত ্ ভাঁজ লগাব পাৰি বা হাওলিব পাৰি
ଉଦାହରଣ : মোৰ আঙুলিৰ ্ গাঁঠিত বিষ হৈছে
ସମକକ୍ଷ : গাঁঠি, জোৰা, সন্ধি
ଅର୍ଥ : শৰীৰৰ কাৰণে প্রয়োজনীয় ৰস নিঃসৰণ কৰিব পৰা গাঁঠি সদৃশ এক অৱয়ব
ଉଦାହରଣ : শৰীৰত কেবাধৰণৰো গ্রন্থি পোৱা যায়
ସଂସ୍ଥାପନ କରନ୍ତୁ