ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো কথা আদি প্রকাশ নকৰা
ଉଦାହରଣ : তুমি এই কথা সকলোৰে ওচৰত কিয় লুকুৱালা
ସମକକ୍ଷ : লুকুৱা
ଅର୍ଥ : চকুৰ পৰা আঁতৰ ্ কৰা বা আনৰ দৃষ্টিৰ পৰা বচাই থোৱা
ଉଦାହରଣ : মই ৰাণীৰ কিতাপখন লুকুৱাই থʼলো
ସମକକ୍ଷ : লুকাই থোৱা, লুকুওৱা
ସଂସ୍ଥାପନ କରନ୍ତୁ