ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : গোন্ধ বা সুবাস দিয়া
ଉଦାହରଣ : আতৰৰ সুবাসে গোটেই ঘৰটো গোন্ধোৱাই ৰাখিছে
ସମକକ୍ଷ : সুবাসিত কৰা
ଅର୍ଥ : যি গোন্ধৰে যুক্ত হৈ আছে
ଉଦାହରଣ : মোৰ উপবনত গোন্ধোৱা ফুলৰ অনেক প্রজাতি আছে
ସମକକ୍ଷ : গন্ধময়, গন্ধযুক্ত, গন্ধৱহ, সুগন্ধি
ସଂସ୍ଥାପନ କରନ୍ତୁ