ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তু সৰি নষ্ট হোৱা বা গেলিব ধৰা কার্য
ଉଦାହରଣ : পাত আদি পচনৰ ফলত সাৰ হয়
ସମକକ୍ଷ : পচন, পচা
ଅର୍ଥ : কোনো বস্তু গলি যোৱা আৰু তাৰ পৰা দুর্গন্ধ ওলোৱা বিকাৰ
ଉଦାହରଣ : ফলমূল, শাক-পাচলি আদি সোনকালে গেলি যায়
ସମକକ୍ଷ : গেলি যোৱা, গেলি-পচি যোৱা
ଅର୍ଥ : ফল আদি বেয়া হোৱা বা গলিবলৈ ধৰা কার্য
ଉଦାହରଣ : পাচিত ৰখা ফলবোৰ গেলিছে
ସମକକ୍ଷ : টেঙা হোৱা, পঁ্চা
ଅର୍ଥ : যিটো নষ্ট হৈ গৈছে
ଉଦାହରଣ : গেলা বস্তুখিনি ডাষ্টবিনত পেলাই দিয়া
ସମକକ୍ଷ : বেয়া
ଅର୍ଥ : পুঁজেৰে ভৰি থকা
ଉଦାହରଣ : গেলা ফোঁহাটো সদায় চফা কৰা উচিত
ସମକକ୍ଷ : পকা
ସଂସ୍ଥାପନ କରନ୍ତୁ