ଅର୍ଥ : ৰন্ধন প্রকৰণৰ কামত ব্যৱহাৰ কৰা গেছ
ଉଦାହରଣ :
চহৰত ৰন্ধন গেছৰ ব্যৱহাৰ অধিক পৰিমাণে কৰা হয়
ସମକକ୍ଷ : ৰন্ধন গেছ
ଅର୍ଥ : পাচন তন্ত্রত বদহজমৰ বাবে উৎপন্ন হোৱা বায়ু
ଉଦାହରଣ :
পেটত অধিক অম্লতাৰ বাবে গেছ হয়
ଅର୍ଥ : দ্রৱ্যৰ আকাৰহীন অৱস্থা যাৰ ঘনত্ব সকলোতকৈ কম হয়
ଉଦାହରଣ :
বায়ু গেছৰ মিশ্রণ
ଅର୍ଥ : বাষ্পশীল আৰু জ্বলনশীল হাইড্রʼকার্বনৰ মিশ্রণ
ଉଦାହରଣ :
গেছ (খনিজ তেল..?) পৰিশোধন কৰি পেট্রʼল, ডিজেল আদি তৈয়াৰ কৰা হয়