ଅର୍ଥ : যি ব্যক্তি গৃহস্থাশ্রমত থাকে
ଉଦାହରଣ :
গৃহস্থই গৃহস্থ ধর্ম ্পালন কৰিব লাগে
ସମକକ୍ଷ : গৃহস্থ আশ্রমী, গৃহস্থাশ্রমী
ଅର୍ଥ : ঘৰৰ মূল মানুহ
ଉଦାହରଣ :
গৃহস্থৰ ওপৰতে গোটেই পৰিয়ালৰ দায়িত্ব থাকে
ସମକକ୍ଷ : গৃহপতি, গৃহস্বামী, ঘৰৰ মালিক, পৰিয়ালৰ মুৰব্বী, মালিক