ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ গুপ্ত দুৱাৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

গুপ্ত দুৱাৰ   বিশেষ্য

ଅର୍ଥ : কাৰোবাৰ ঘৰৰ পিছৰফালে থকা গুপ্ত দুৱাৰ

ଉଦାହରଣ : পুলিচ অহাৰ খবৰ শুনিয়েই মনোহৰ গুপ্ত দুৱাৰেদি ওলায় গʼল

ସମକକ୍ଷ : পিছ দুৱাৰ

ଅର୍ଥ : মহল আদিত সজা অসার্বজনিক দুৱাৰ, যাৰ বিষয়ে তাত থকা লোকহে জানে

ଉଦାହରଣ : শত্রুৱে গুপ্ত দুৱাৰৰ সম্ভেদ পালে আৰু সেই পথেৰে তেওঁলোকে মহলত প্রবেশ কৰিলে

ସମକକ୍ଷ : গুপ্ত দ্বাৰ, গোপন দর্জা, গোপন দুৱাৰ, গোপন দ্বাৰ