ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি ঠাইত বস্তু আদি সংগ্রহ কৰি থোৱা হয়
ଉଦାହରଣ : এই খাদ্য-সামগ্রীখিনি গুদাম ঘৰত ৰখাৰ উপযোগী হৈছে
ସମକକ୍ଷ : গুদাম ঘৰ
ଅର୍ଥ : পোচাকত লগোৱা চেপেটা টুকুৰা
ଉଦାହରଣ : আপোনাৰ কুর্তাটোৰ এটা বুটাম ছিগিল
ସମକକ୍ଷ : বুটাম, বুতাম
ଅର୍ଥ : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে
ଉଦାହରଣ :
ସମକକ୍ଷ : গুদাম ঘৰ, ভঁ্ৰাল, ভঁ্ৰাল ঘৰ, ভাণ্ডাৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম
ସଂସ୍ଥାପନ କରନ୍ତୁ