ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সূতা, ৰছী আদিত কিবা ভৰোৱা
ଉଦାହରଣ : মালতীয়ে ৰং-বিৰঙৰ ফুলৰ মালা গুঁঠি আছে
ସମକକ୍ଷ : গ্রন্থন কৰা
ଅର୍ଥ : হাত অথবা যন্ত্রৰে কিছুমান সুতা ওপৰলৈ আৰু কিছুমান সুতা তললৈ নি কোনো বস্তু তৈয়াৰ কৰা কার্য
ଉଦାହରଣ : সীতাই নিজৰ ্ কেঁচুৱাটোৰ কাৰণে এটা চুৱেটাৰ গুঠি আছে
ସମକକ୍ଷ : গাঁথা, বোৱা
ସଂସ୍ଥାପନ କରନ୍ତୁ