ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ গুচৰীয়া ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

গুচৰীয়া   বিশেষ্য

ଅର୍ଥ : আদালতত কোনো গোচৰ উপস্থাপন কৰা ব্যক্তি

ଉଦାହରଣ : ফৰিয়াদীয়ে নিজৰ পক্ষক সবল কৰিবলৈ ভালেমান প্রমাণ গোটাইছে

ସମକକ୍ଷ : অভিযোগকাৰী, ফৰিয়াদী

ଅର୍ଥ : অভিযোগ লগোৱা কার্য

ଉଦାହରଣ : তেওঁ বহুত ্ ভাবি-চিন্তি গুচৰীয়াৰ আঁচনি প্রস্তুত কৰিছে

ସମକକ୍ଷ : ফৰিয়াদী

গুচৰীয়া   বিশেষণ

ଅର୍ଥ : যি গোচৰ দিয়ে বা ফৰিয়াদ কৰে

ଉଦାହରଣ : দ্বাৰপালে ফৰিয়াদী ব্যক্তিজনক ৰজাৰ ওচৰলৈ যাবলৈ নিদিলে

ସମକକ୍ଷ : ফৰিয়াদী