ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : লাগি থকা বা ওপৰৰ বস্তু পৃথক কৰা কার্য
ଉଦାହରଣ : কচাইয়ে ছাগলীৰ ছালখন গুচাই আছে
ସମକକ୍ଷ : এৰোৱা
ଅର୍ଥ : গুচোৱা কার্য
ଉଦାହରଣ : কুঁহিয়াৰ গুচোৱা হʼল
ଅର୍ଥ : আনৰ দ্বাৰা গুচা
ଉଦାହରଣ : কৃষকে খেতিপথাৰত কুঁহিয়াৰ গুচোৱাই আছে
ଅର୍ଥ : দাগ, চেকা আদি চাফা কৰা
ଉଦାହରଣ : মায়ে কাপোৰত লগা দাগ এৰুৱাই আছে
ସମକକ୍ଷ : এৰুৱা
ସଂସ୍ଥାପନ କରନ୍ତୁ