ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ গিলা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

গিলা   বিশেষ্য

ଅର୍ଥ : গিলা কার্য

ଉଦାହରଣ : সাপটোৱে এটা ভেকুলী গিলাৰ পিছত দ্বিতীয় ভেকুলীৰ ফালে বেগাই গʼল

গিলা   ক্ৰিয়া

ଅର୍ଥ : মুখৰ সহায়ত খাদ্য আদি পেটলৈ লৈ যোৱা কার্য

ଉଦାହରଣ : লʼৰাজনৰ ভাত খোৱা হʼল বেমাৰীজনে ঔষধটো গিলিলে

ସମକକ୍ଷ : আহাৰ কৰা, খোৱা, ভক্ষণ কৰা, ভোজন কৰা

ଅର୍ଥ : মদ সেৱন কৰা

ଉଦାହରଣ : উৎসৱৰ দিনাখনো তেওঁ ্খায়

ସମକକ୍ଷ : খোৱা, পান কৰা

ଅର୍ଥ : খাদ্যনলীৰে কোনো বস্তু ডিঙিৰ তল অংশলৈ লৈ যোৱা

ଉଦାହରଣ : সাপে ভেকুলীটো গিলি থʼলে

ସମକକ୍ଷ : গিলি থোৱা