ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : গাঢ় কৰা
ଉଦାହରଣ : গাখীৰখিনি আৰু অধিক ডাঠ কৰা
ସମକକ୍ଷ : ডাঠ কৰা
ଅର୍ଥ : যিটো গভীৰ ৰং যুক্ত
ଉଦାହରଣ : নৌ-সেনাৰ পোছাকযোৰ গাঢ় নীলা ৰঙৰ
ଅର୍ଥ : বহুত ভাল ধৰণৰ
ଉଦାହରଣ : তেওঁ গভীৰ টোপনি মাৰি আছিল
ସମକକ୍ଷ : গভীৰ
ଅର୍ଥ : বহুত ওচৰৰ বা বহুত কাষৰ
ଉଦାହରଣ : ৰাম মোৰ ঘনিষ্ঠ বন্ধু ৰাম আৰু শ্যামৰ মাজত অন্তৰঙ্গ বন্ধুত্ব আছে
ସମକକ୍ଷ : অন্তৰংগ, অন্তৰঙ্গ, অন্যতম, আপোন, ঘনিষ্ঠ, নলে-গলে লগা, সনা-পিঠা, সহৃদয়
ଅର୍ଥ : যি তৰল নহয় বা যʼত পানীৰ মাত্রা কম
ଉଦାହରଣ : গাখীৰখিনি মথোতে মথোতে গাঢ় হৈ পৰিল
ସମକକ୍ଷ : গোটা
ସଂସ୍ଥାପନ କରନ୍ତୁ