ଅର୍ଥ : বস্তিৰ ঠেক ৰাস্তা বা দুয়োফালে ঘৰ আদি থকা ৰাস্তা
ଉଦାହରଣ :
বাৰানসী গলিৰে ভৰা চহৰ
ସମକକ୍ଷ : লুংলুঙীয়া বাট, সুৰুকীয়া বাট
ଅର୍ଥ : গলিৰ নিচিনা সৰু ঠেক ৰাস্তা
ଉଦାହରଣ :
আমি ৰাজমহলত এটা গলিয়েদি প্রৱেশ কৰিলোঁ
ସମକକ୍ଷ : অলি-গলি, গলি ৰাস্তা, সৰফলা