ଅର୍ଥ : কোট, কামিজ আদিৰ ডিঙি অংশৰ চাৰিওফালে থকা পটী
ଉଦାହରଣ :
তেওঁ ্ কলাৰ থিয় কৰি গৈ আছে
ସମକକ୍ଷ : কলাৰ
ଅର୍ଥ : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ
ଉଦାହରଣ :
সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল
ସମକକ୍ଷ : কণ্ঠ
ଅର୍ଥ : গলি থকা এক অৱস্থা
ଉଦାହରଣ :
বৰফ গলাৰ কাৰণেই গংগা, ব্রহ্মপুত্র আদি নদী কেতিয়াও নুশুকায়