ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ভালৰ ওলোটা বা বিপৰীত
ଉଦାହରଣ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
ସମକକ୍ଷ : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
ଅର୍ଥ : যিটো নিন্দা কৰিবৰ যোগ্য
ଉଦାହରଣ : আপুনি বাৰে-বাৰে নিন্দনীয় কাম কিয় কৰে
ସମକକ୍ଷ : অপবাদমূলক, নিন্দনীয়, নিন্দাকৰ, নিন্দাজনক, নিন্দার্হ, বিগর্হিত
ସଂସ୍ଥାପନ କରନ୍ତୁ