ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ডাঙৰ শ্্ব্দ কৰা কার্য
ଉଦାହରଣ : মেঘৰ গর্জন আৰু বিজুলীৰ চমকনিৰ সৈতে ভয়ংকৰ বৰষুণ দিছে
ସମକକ୍ଷ : গাজনি, ঢেৰেকনি
ଅର୍ଥ : ভয় ভীত কৰোৱাৰ কাৰণে জোৰেৰে ডাঙৰকৈ কৰা শ্্ব্দ
ଉଦାହରଣ : ভীমৰ হুংকাৰ শুনি কৌৰৱ পক্ষ সন্ত্রস্ত হৈ পৰিল
ସମକକ୍ଷ : হুংকাৰ
ଅର୍ଥ : কোনো হিংস্র জন্তুৱে মতা ডাঙৰ শ্্ব্দ
ଉଦାହରଣ : বাঘৰ গোজৰ শুনাৰ লগে লগে মানুহৰ মাজত হুৱা-দুৱা লাগিল
ସମକକ୍ଷ : গোজৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ