ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : অতি সূক্ষ্মকৈ
ଉଦାହରଣ : এই তথ্যৰ খবৰ পাবৰ কাৰণে গভীৰ অধ্যয়নৰ আৱশ্যক
ସମକକ୍ଷ : গহন
ଅର୍ଥ : বহুত ভাল ধৰণৰ
ଉଦାହରଣ : তেওঁ গভীৰ টোপনি মাৰি আছিল
ସମକକ୍ଷ : গাঢ়
ଅର୍ଥ : যাৰ বিস্তাৰ তলৰ ফাললৈ বেছি
ଉଦାହରଣ : তেওঁ দ পুখুৰীত ডুব গʼল
ସମକକ୍ଷ : অগাধ, অগাধনি, অতল, অথাউনি, অথানি, দ
ସଂସ୍ଥାପନ କରନ୍ତୁ