ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : হর্ষ, প্রেম আদি আবেগত ৰুদ্ধ হোৱা অস্পষ্ট স্বৰ
ଉଦାହରଣ : মাকে গদগদ স্বৰেৰে পুতেকক আশী্র্বাদ দিলে
ସମକକ୍ଷ : গদগদ্
ଅର୍ଥ : হাঁহি প্রেম আদিৰ আৱেশেৰে পূর্ণ
ଉଦାହରଣ : ভিক্ষাৰীজনে অনাকাংক্ষিত ধন পাই গদগদ হʼল
ଅର୍ଥ : অত্যধিক প্রসন্ন
ଉଦାହରଣ : নিজৰ হেৰোৱা লʼৰাটোক বিচাৰি পাই মাক গদগদ হৈ পৰিল
ସଂସ୍ଥାପନ କରନ୍ତୁ