ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
ଉଦାହରଣ : পাহাৰ-পর্বত স্থিৰ
ସମକକ୍ଷ : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
ଅର୍ଥ : যি চলা-ফুৰা কৰিব নোৱাৰে
ଉଦାହରଣ : গছবোৰ সজীৱ সত্ত্বেও অচল
ସମକକ୍ଷ : অচল, অচৰ, অলৰ-অচৰ, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল, স্থিৰ
ଅର୍ଥ : যাৰ গতি নাই, কিন্তু গতি দিব পৰা যায়
ଉଦାହରଣ : গতিহীন গাড়ীখন হঠাৎ চলিবলৈ ধৰিলে
ସମକକ୍ଷ : অগতি, গতিশূন্য, স্থিৰ
ଅର୍ଥ : ৰৈ থকা
ଉଦାହରଣ : বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ কৰা হৈছে
ସମକକ୍ଷ : বন্ধ
ସଂସ୍ଥାପନ କରନ୍ତୁ