ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
ଉଦାହରଣ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
ସମକକ୍ଷ : অৱস্থা, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
ଅର୍ଥ : যʼৰ পৰা কোনো কার্য, ্ঘটনা আদিৰ দিশ সলনি হয়
ଉଦାହରଣ : ইয়াৰ পৰা কাহিনীটোৱে এক নতুন মোৰ লয়
ସମକକ୍ଷ : মোৰ
ଅର୍ଥ : প্রতি ঘণ্টাত অতিক্রম কৰা দূৰত্ব
ଉଦାହରଣ : গাড়ীখন ১০ কিলোমিটাৰ গতিৰে গৈছে
ସମକକ୍ଷ : তীব্রতা, বেগ
ଅର୍ଥ : চলি যোৱা বা গতি কৰা কার্য
ଉଦାହରଣ : তেওঁ তীব্র গতিৰে কʼৰবালৈ গৈ আছে
ସଂସ୍ଥାପନ କରନ୍ତୁ