ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ গঠন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

গঠন   বিশেষ্য

ଅର୍ଥ : সজা বা সজোৱা ভাব

ଉଦାହରଣ : তেওঁৰ শৰীৰৰ গঠন আটিল

ସମକକ୍ଷ : গাঁথনি

ଅର୍ଥ : অনেক অৱয়বযুক্ত ৰচনা

ଉଦାହରଣ : মানুহৰ আভ্যন্তৰীণ শাৰীৰিক গঠন জটিল

ସମକକ୍ଷ : ৰচনা

ଅର୍ଥ : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই

ଉଦାହରଣ :

ସମକକ୍ଷ : আকাৰ, গঢ়, মূর্তৰূপ, স্বৰূপ, ৰূপ

ଅର୍ଥ : সংস্থা বা মণ্ডলী আদি বনোৱা কার্য

ଉଦାହରଣ : বিদেশী শাসনৰ পৰা ভাৰতবর্ষক মুক্ত কৰিবৰ কাৰণে ভালেমান বিদ্রোহী সংস্থাৰ গঠন কৰিছিল

ସମକକ୍ଷ : প্রতিষ্ঠা, স্থাপনা

ଅର୍ଥ : এটা এককৰ ৰূপত থকা মানুহ বা বস্তুৰ ব্যৱস্থা বা ক্রম

ଉଦାହରଣ : সুৰক্ষাত্মক বেহু ভেদা সহজ নহয়

ସମକକ୍ଷ : বেহু