ଅର୍ଥ : আকাশক চুব পৰাৰ সমান ওখ
ଉଦାହରଣ :
চহৰত গগনচুম্বী ভৱন দেখিবলৈ পোৱা যায়
ସମକକ୍ଷ : উত্তুংগ, গগনচুম্বী, ্গগনস্পর্শী
ଅର୍ଥ : গগন বা আকাশক ভেদ কৰোতা বা বহুত তীব্র
ଉଦାହରଣ :
পোন্ধৰ আগষ্টৰ দিনাখন গগনভেদী শ্লোগানেৰে আকাশ মুখৰিত হৈ আছিল
ସମକକ୍ଷ : আকাশভেদী