ଅର୍ଥ : যি ব্যক্তিয়ে প্রসিদ্ধি লাভ কৰিলে
ଉଦାହରଣ :
বিদ্যাধৰৰ গণনা প্রসিদ্ধ সকলৰ ভিতৰত কৰা হয়
ସମକକ୍ଷ : খ্যাতি প্রাপ্ত, নামী, প্রখ্যাত, প্রসিদ্ধ
ଅର୍ଥ : যিজনে খ্যাতি লাভ কৰিছে:লতা মংগেশকাৰ এগৰাকী প্রসিদ্ধ গায়িকা
ଉଦାହରଣ :
ସମକକ୍ଷ : খিতপীয়া, খ্যাতনামা, খ্যাতিমন্ত, খ্যাতিমান, জনা-শুনা, নামকৰা, নামজাদা, নামী, প্রখ্যাত, প্রথিতনামা, প্রথিতযখা, প্রসিদ্ধ, বিখ্যাত, বিশ্রুত, যশস্বান, যশস্বী, যশস্যাশালী, যশোধন, যশোমণ্ডিত, যশোৱন্ত, যশোৱান, সুখ্যাত, সুপ্রসিদ্ধ, সুবিদিত, স্বনামধন্য