ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ খোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

খোৱা   বিশেষ্য

ଅର୍ଥ : খোৱা কার্য

ଉଦାହରଣ : আমি জংঘলত বাঘে কুকুৰ এটা ভক্ষণ কৰি থকা দেখিলোঁ

ସମକକ୍ଷ : ভক্ষণ

খোৱা   ক্ৰিয়া

ଅର୍ଥ : মুখৰ সহায়ত খাদ্য আদি পেটলৈ লৈ যোৱা কার্য

ଉଦାହରଣ : লʼৰাজনৰ ভাত খোৱা হʼল বেমাৰীজনে ঔষধটো গিলিলে

ସମକକ୍ଷ : আহাৰ কৰা, গিলা, ভক্ষণ কৰা, ভোজন কৰা

ଅର୍ଥ : মদ সেৱন কৰা

ଉଦାହରଣ : উৎসৱৰ দিনাখনো তেওঁ ্খায়

ସମକକ୍ଷ : গিলা, পান কৰা

ଅର୍ଥ : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা

ଉଦାହରଣ : এই গাড়ীখনে বহুত পেট্রʼল খায়

ସମକକ୍ଷ : লোৱা

ଅର୍ଥ : জুলীয়া বস্তু মুখত লৈ গলেৰে লৈ যোৱা

ଉଦାହରଣ : সি গাখীৰ খাইছে মানুহজনে মদ্য পান কৰিছে

ସମକକ୍ଷ : গলাধঃকৰণ কৰা, পান কৰা, পি-খোৱা

ଅର୍ଥ : চিন্তা, বেমাৰ আদিৰ পৰা শৰীৰৰ ওপৰত কুপ্রভাৱ পৰা বা কাৰোবাৰ মৃত্যু হোৱা

ଉଦାହରଣ : বোৱাৰীৰ মৃত্যুৰ পিছতো মাক চিন্তাই খাই মাৰিছে

ଅର୍ଥ : কথা আদিৰে অশান্তি কৰি থকা

ଉଦାହରଣ : আজি সি মোৰ মূৰ খাই দিছে

ସମକକ୍ଷ : চোবোৱা

ଅର୍ଥ : বাহি থোৱা ভোজন গ্রহণ কৰা

ଉଦାହରଣ : কথা সমাপ্তিৰ পিছত ভক্ত সকলে শাৰী পাতি বহি খাই আছিল

ସମକକ୍ଷ : ভোজন কৰা

ଅର୍ଥ : কোনো খোৱা বস্তু মুখৰ ভিতৰত সুমুৱাই লৈ ইফালে-সিফালে কৰা

ଉଦାହରଣ : তেওঁ মর্টন ্চোৱাই আছে

ସମକକ୍ଷ : চোৱোৱা

ଅର୍ଥ : বতাহ, সেমেকা বতৰ আদিত ধাতু নষ্ট হোৱা অৱস্থা

ଉଦାହରଣ : বৰষুণত লোহা মামৰে খায়

ସମକକ୍ଷ : ধৰা

ଅର୍ଥ : ব্যক্তিৰ গুণ আদি নষ্ট কৰা

ଉଦାହରଣ : অহংকাৰে মানুহক বর্বাদ কৰে

ସମକକ୍ଷ : নষ্ট কৰা, বর্বাদ কৰা