ଅର୍ଥ : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা
ଉଦାହରଣ :
এই গাড়ীখনে বহুত পেট্রʼল খায়
ସମକକ୍ଷ : লোৱা
ଅର୍ଥ : জুলীয়া বস্তু মুখত লৈ গলেৰে লৈ যোৱা
ଉଦାହରଣ :
সি গাখীৰ খাইছে মানুহজনে মদ্য পান কৰিছে
ସମକକ୍ଷ : গলাধঃকৰণ কৰা, পান কৰা, পি-খোৱা
ଅର୍ଥ : চিন্তা, বেমাৰ আদিৰ পৰা শৰীৰৰ ওপৰত কুপ্রভাৱ পৰা বা কাৰোবাৰ মৃত্যু হোৱা
ଉଦାହରଣ :
বোৱাৰীৰ মৃত্যুৰ পিছতো মাক চিন্তাই খাই মাৰিছে
ଅର୍ଥ : বাহি থোৱা ভোজন গ্রহণ কৰা
ଉଦାହରଣ :
কথা সমাপ্তিৰ পিছত ভক্ত সকলে শাৰী পাতি বহি খাই আছিল
ସମକକ୍ଷ : ভোজন কৰা
ଅର୍ଥ : কোনো খোৱা বস্তু মুখৰ ভিতৰত সুমুৱাই লৈ ইফালে-সিফালে কৰা
ଉଦାହରଣ :
তেওঁ মর্টন ্চোৱাই আছে
ସମକକ୍ଷ : চোৱোৱা