ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : চলাচল কৰা ঢং
ଉଦାହରଣ : তুমি এনেকৈ ঢলং-পলং খোজেৰে কিয় গৈ আছে
ସମକକ୍ଷ : খোজ-কাটল
ଅର୍ଥ : খোজকাঢ়িবলে বা দৌৰিবলে এঠাইৰ পৰা উঠাই আন এঠাইত ভৰি ৰখা কার্য
ଉଦାହରଣ : তেওঁ ্সোনকালে ঘৰ গৈ পাবলে দীঘল-দীঘলকৈ খোজ দিছিল
ସମକକ୍ଷ : কদম
ଅର୍ଥ : এটা খোজেৰে ঠিক কৰা দূৰত্ব
ଉଦାହରଣ : মোৰ ঘৰ ইয়াৰ পৰা প্রায় আঠ-দহ খোজ দূৰত অৱস্থিত
ଅର୍ଥ : কোনো বস্তু কʼত কেনেকৈ আছে সেইয়া চাবৰ কাৰণে বা পাবলৈ বিচাৰ কৰা কার্য
ଉଦାହରଣ : কলম্বাছে আমেৰিকাৰ আৱিষ্কাৰ কৰিছিল
ସମକକ୍ଷ : আৱিষ্কাৰ, সন্ধান
ସଂସ୍ଥାପନ କରନ୍ତୁ