ଅର୍ଥ : তুচ্ছ অথবা অতি সাধাৰণ ভাৱে কৰা ব্যৱহাৰ
ଉଦାହରଣ :
নিজৰ কামৰ সৈতে খেলা কৰা উচিত নহয়
ସମକକ୍ଷ : ৰং-ধেমালি
ଅର୍ଥ : খেলৰ প্রদর্শন
ଉଦାହରଣ :
চার্কাচৰ বাহিৰৰ জাননী ফলকত খেলৰ সলনি হোৱা সময়সূচী মাৰি থোৱা আছিল
ସମକକ୍ଷ : খেল
ଅର୍ଥ : মন আনন্দিত কৰিবলৈ বা ব্যায়াম আদিৰ বাবে ইফালে-সিফালে জঁপিওৱা, উল্লাস আদি কৰা
ଉଦାହରଣ :
লʼৰা-ছোৱালীবোৰে খেলপথাৰত খেলি আছে
ସମକକ୍ଷ : ক্রীড়া কৰা