ଅର୍ଥ : কেৱল মন আহ্লাদিত কৰিবৰ কাৰণে কৰা কাম
ଉଦାହରଣ :
লʼৰা-ছোৱালীবোৰে পানীত খেলি আছে
ସମକକ୍ଷ : আমোদ-প্রমোদ, ক্রীড়া
ଅର୍ଥ : মনত আনন্দ লগাবলৈ বা ব্যায়াম আদিৰ কাৰণে কুচ-কাৱাজ, দৌৰা-ঢপৰা আদি বিভিন্ন মনোৰঞ্জক কার্য
ଉଦାହରଣ :
খেলত জয়-পৰাজয় থাকেই
ସମକକ୍ଷ : ক্রীড়া, খেল-ধেমালি
ଅର୍ଥ : খেলৰ প্রদর্শন
ଉଦାହରଣ :
চার্কাচৰ বাহিৰৰ জাননী ফলকত খেলৰ সলনি হোৱা সময়সূচী মাৰি থোৱা আছিল
ସମକକ୍ଷ : খেলা
ଅର୍ଥ : নি্র্লজ্জ ্কাম, ব্যৱহাৰ বা উল্টা-পুল্টা আচৰণ
ଉଦାହରଣ :
তেওঁ মদ ্খায়েই তামাচা আৰম্ভ কৰি দিয়েমদ খায় আপুনি ইয়াত তামাচা নকৰিব
ସମକକ୍ଷ : তামাচা