ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ খেল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

খেল   বিশেষ্য

ଅର୍ଥ : কেৱল মন আহ্লাদিত কৰিবৰ কাৰণে কৰা কাম

ଉଦାହରଣ : লʼৰা-ছোৱালীবোৰে পানীত খেলি আছে

ସମକକ୍ଷ : আমোদ-প্রমোদ, ক্রীড়া

ଅର୍ଥ : মনত আনন্দ লগাবলৈ বা ব্যায়াম আদিৰ কাৰণে কুচ-কাৱাজ, দৌৰা-ঢপৰা আদি বিভিন্ন মনোৰঞ্জক কার্য

ଉଦାହରଣ : খেলত জয়-পৰাজয় থাকেই

ସମକକ୍ଷ : ক্রীড়া, খেল-ধেমালি

ଅର୍ଥ : খেলৰ প্রদর্শন

ଉଦାହରଣ : চার্কাচৰ বাহিৰৰ জাননী ফলকত খেলৰ সলনি হোৱা সময়সূচী মাৰি থোৱা আছিল

ସମକକ୍ଷ : খেলা

ଅର୍ଥ : নি্র্লজ্জ ্কাম, ব্যৱহাৰ বা উল্টা-পুল্টা আচৰণ

ଉଦାହରଣ : তেওঁ মদ ্খায়েই তামাচা আৰম্ভ কৰি দিয়েমদ খায় আপুনি ইয়াত তামাচা নকৰিব

ସମକକ୍ଷ : তামাচা