ଅର୍ଥ : ভয় খুৱাই বা চক খুৱাই ইফালে-সিফালে ভগোৱা কার্য
ଉଦାହରଣ :
লʼৰা-ছোৱালীবোৰে জন্তুবোৰক চিঞৰি-বাখৰি খেদিলে
ସମକକ୍ଷ : উচাপ খুওৱা
ଅର୍ଥ : কোনোৱে কʼৰবাৰ পৰা আঁতৰি যাবলৈ বাধ্য হোৱাকৈ কৰা কাম
ଉଦାହରଣ :
ভাৰতীয় বীৰসকলে শত্রুক খেদি পঠালে
ସମକକ୍ଷ : খেদি পঠোৱা