ଅର୍ଥ : শিং থকা চাৰিঠেঙীয়া জন্তুৰ ভৰিৰ একেবাৰে তলত থকা টান ফটা অংশ
ଉଦାହରଣ :
খেতিপথাৰৰ ঠায়ে-ঠায়ে গৰুৰ খুড়াৰ চিন আছে
ସମକକ୍ଷ : খুড়া
ଅର୍ଥ : পালেং, চকী আদিৰ তলত থকা সৰু স্তম্ভসদৃশ অংশ যাৰ সহায়ত তাৰ বাকী অংশ থিয় হৈ থাকে
ଉଦାହରଣ :
এই পালেঙখনৰ এটা খুৰা ভাঙি থাকিল
ସମକକ୍ଷ : খুটা
ଅର୍ଥ : ঘোঁৰাৰ ভৰিৰ তলৰ অংশ
ଉଦାହରଣ :
ঘোঁৰাৰ খুৰাৰ তললৈ অহা ছাগলী পোৱালীটোৱে গচক খালে