ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ খুন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

খুন   বিশেষ্য

ଅର୍ଥ : কোনো মানুহ, প্রাণী আদিক জানিবুজি কোনো উদ্দেশ্যৰে মাৰি পেলোৱা কার্য

ଉଦାହରଣ : তেওঁ নিজৰ দেউতাকক হত্যা কৰিলে যিকোনো প্রাণীকে হত্যা কৰা মহাপাপ

ସମକକ୍ଷ : বধ, হত্যা

ଅର୍ଥ : শৰীৰৰ সিৰা-উপসিৰাত প্রবাহিত ৰঙা ৰঙৰ জুলীয়া পদার্থ

ଉଦାହରଣ : শৰীৰৰ পৰা তেজ ওলাই থকা স্বত্বেও সৈনিকজনে যুদ্ধক্ষেত্রত যুঁজি থাকিল

ସମକକ୍ଷ : তেজ, তেজকুৰ, লহু, লোহিত, শোণিত, ৰক্ত, ৰুধিৰ

ଅର୍ଥ : কোনো ব্যক্তিয়ে বা ব্যক্তিৰ দ্বাৰা আন ব্যক্তিক তৎক্ষণাত আক্রমণ কৰি মাৰি পেলোৱা........

ଉଦାହରଣ : ইন্দিৰা গান্ধীৰ দেহৰক্ষীয়েই তেওঁক হত্যা কৰিলে

ସମକକ୍ଷ : নিধন, প্রাণ লোৱা, প্রাণ-সংহাৰ, প্রাণনাশ, প্রাণে মৰা, বধ, বিনাশ, মাৰণ, মৰা-, শেষ, সংহাৰ, হত্যা, হনন