ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ খুটা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

খুটা   বিশেষ্য

ଅର୍ଥ : শিল, কাঠ আদিৰে বনোৱা গোলাকাৰ, চাৰিচুকীয়া থিয় ওখ খণ্ড বা এনেকুৱা আকাৰৰ এক গঠন

ଉଦାହରଣ : স্তম্ভৰ পৰা ভগৱান নৰসিংহ আৱি্র্ভাব হৈছিল

ସମକକ୍ଷ : পিলাৰ, স্তম্ভ, স্থানু

ଅର୍ଥ : পালেং, চকী আদিৰ তলত থকা সৰু স্তম্ভসদৃশ অংশ যাৰ সহায়ত তাৰ বাকী অংশ থিয় হৈ থাকে

ଉଦାହରଣ : এই পালেঙখনৰ এটা খুৰা ভাঙি থাকিল

ସମକକ୍ଷ : খুৰা

খুটা   ক্ৰিয়া

ଅର୍ଥ : বিষাক্ত পোক-পতঙ্গ, জন্তু আদিয়ে দাতেৰে কামোৰা কার্য

ଉଦାହରଣ : খেতিয়কজনক খেতি-পথাৰত সাপে খুটিলে

ସମକକ୍ଷ : কামোৰা, ডকা