ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তু আদিক কোনো অংশত জোৰেৰে সুমুৱাই দিয়া
ଉଦାହରଣ : মোহনে সোহনৰ পেটত চাকুৰে হানিলে
ସମକକ୍ଷ : বিদ্ধ কৰা, ভৰাই দিয়া, হনা, হানি দিয়া
ଅର୍ଥ : কোমল অংশত কোনো জোঙা বস্তু আদি ভৰাই দিয়া
ଉଦାହରଣ : তেওঁ ্ মোৰ হাতত বেজীৰে খুঁচি দিলে
ସମକକ୍ଷ : খুঁচি দিয়া, সুমুওৱা, সুমুৱাই দিয়া
ସଂସ୍ଥାପନ କରନ୍ତୁ