ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ খাৰুৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

খাৰুৱা   বিশেষ্য

ଅର୍ଥ : অপৰাধীৰ ভৰিত বান্ধি ৰাখিবলৈ ব্যৱহাৰ কৰা লোহাৰ খাৰু

ଉଦାହରଣ : চিপাহীয়ে তাৰ ভৰিত শিকলি লগাই দিলে

ସମକକ୍ଷ : জঞ্জিৰ, জিঁজিৰি, জিঞ্জিৰি, বেৰি, শিকলি, শৃঙ্খল

ଅର୍ଥ : কোনো বস্তু আদিক আটক কৰিবলৈ লগোৱা সৰু খাৰু বিশেষ

ଉଦାହରଣ : তেওঁ ্ দুৱাৰৰ শিকলিডাল খাৰুত লগাই তলা মাৰি দিলে

ସମକକ୍ଷ : খাৰু

খাৰুৱা   বিশেষণ

ଅର୍ଥ : ক্ষাৰৰ বা ক্ষাৰ সম্বন্ধীয়

ଉଦାହରଣ : খাৰুৱা বস্তুত খাৰ বা ক্ষাৰৰ গুণ পোৱা যায়

ସମକକ୍ଷ : ক্ষাৰধর্মী, ক্ষাৰীয়