ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ খাৰু ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

খাৰু   বিশেষ্য

ଅର୍ଥ : হাতত পিন্ধা এবিধ গহণা:শীলাই সোণৰ খাৰু পিন্ধি আছিল

ଉଦାହରଣ :

ସମକକ୍ଷ : কংকণ, কঙ্কণ

ଅର୍ଥ : গোলাকাৰ বস্তু

ଉଦାହରଣ : মোৰ ওচৰত এপাত ৰূপৰ খাৰু আছে তেওঁৰ মুখত চুলিৰ বলয় ওলমি আছে

ସମକକ୍ଷ : বলয়, বৃত্ত

ଅର୍ଥ : কোনো বস্তু আদিক আটক কৰিবলৈ লগোৱা সৰু খাৰু বিশেষ

ଉଦାହରଣ : তেওঁ ্ দুৱাৰৰ শিকলিডাল খাৰুত লগাই তলা মাৰি দিলে

ସମକକ୍ଷ : খাৰুৱা

ଅର୍ଥ : শিকলিৰ ৰচীৰ এক অংশ

ଉଦାହରଣ : শিকলিৰ আঙুঠি চিগি বলদটোৱে খেতিৰ ফালে দৌৰিলে

ସମକକ୍ଷ : আঙুঠি