ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ খালী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

খালী   ক্ৰিয়া বিশেষণ

ଅର୍ଥ : কাৰো সৈতে নথকা

ଉଦାହରଣ : তেওঁ ঘৰত অকলে আছে

ସମକକ୍ଷ : অকলে, একাকী

খালী   বিশেষণ

ଅର୍ଥ : ভিতৰত একো নথকা বা যি অপূর্ণ

ଉଦାହରଣ : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে

ସମକକ୍ଷ : উকা, উদং, শূন্য, শূন্যগর্ভ, ৰিক্ত

ଅର୍ଥ : যি কোনো কামত ব্যস্ত নহয়

ଉଦାହରଣ : মই এই সময়ত খালী আছোঁ

ସମକକ୍ଷ : কামহীন, ্কর্মহীন

ଅର୍ଥ : যি কোনো সময়ত কোনো কাৰণবশতঃ ব্যৱহাৰ হৈ থকা নাই

ଉଦାହରଣ : আজি মোৰ গণিতৰ ঘণ্টাটো খালী আছে