ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ খাল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

খাল   বিশেষ্য

ଅର୍ଥ : পানীৰ ডাঙৰ কুণ্ড বা গাঁত

ଉଦାହରଣ : বেছি গৰমৰ কাৰণে এই পুখুৰীটোৰ পানী শুকাই গৈছে

ସମକକ୍ଷ : জলাশয়, নাদ পুষ্কৰিণী, পুখুৰী, সৰসী, সৰোবৰ, হ্রদ

ଅର୍ଥ : দীঘল আৰু গভীৰ ্গাঁত

ଉଦାହରଣ : চালকৰ অসাৱধানতাৰ কাৰণেই বাছখন খাৱৈত পৰিল

ସମକକ୍ଷ : খাদ, খাৱৈ

ଅର୍ଥ : বাৰিষাকালত মাটি ্হেঁ্চা খাই সৃষ্টি হোৱা গাঁত বিশেষ

ଉଦାହରଣ : কেঁ্চা ৰাষ্টাটোৰ ঠায়ে-ঠায়ে খাল হৈছে

ସମକକ୍ଷ : গাঁত