ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ খাতা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

খাতা   বিশেষ্য

ଅର୍ଥ : অভ্যাসৰ কাৰণে লিখিবলৈ ব্যৱহাৰ কৰা কিতাপ আকৃতিৰ উকা কাগজ

ଉଦାହରଣ : সকলো ছাত্রৰ লগত প্রতিটো বিষয়ৰ একোখনকৈ বহী থকা উচিত

ସମକକ୍ଷ : কপি, বহী

ଅର୍ଥ : পাটোৱাৰীৰ ওচৰত থকা (বিশেষভাৱে কৃষক আদিৰ কাৰণে) খাতা বহীৰ নকল

ଉଦାହରଣ : খেতিয়কজনে খাতা বহী লʼবলৈ পাটোৱাৰীৰ ওচৰলৈ গৈছে

ଅର୍ଥ : আয় ব্যয় আদিৰ হিচাপ লিখা বহী

ଉଦାହରଣ : তেওঁ ্খাতা মেলি আয়-ব্যয়ৰ হিচাপ কৰি আছে

ସମକକ୍ଷ : বহী