ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : দুষ্ট বা মিছলীয়া ব্যক্তি
ଉଦାହରଣ : দুর্জনৰ সংগৰ ্পৰা আঁতৰি থাকিবা
ସମକକ୍ଷ : দুর্জন, দুৰাচাৰী, দুৰাত্মা, বেয়া মানুহ, শঠ, ্হাৰামি
ଅର୍ଥ : দুষ্কর্ম কৰোতা বা যি ভাল কাম নকৰে
ଉଦାହରଣ : দুষ্কর্মলৈ ভয় কৰিবা, কিন্তু ্দুষ্কর্মী লোকলৈ নহয়
ସମକକ୍ଷ : কু-কর্মক্াৰী, দুষ্কর্মী, দুষ্কার্যক্াৰী, দুষ্কৃতিকাৰী, দুৰাচাৰী, ্অপকর্মী, ্দুষ্কর্মক্াৰী
ଅର୍ଥ : দোষযুক্ত বা যিয়ে দুষ্টামি কৰে:দুষ্ট মানুহে সদায় বেলেগৰ অহিত চিন্তা কৰে
ଉଦାହରଣ :
ସମକକ୍ଷ : অধম, অসজ, অসজ্জন, অসন্ত, অসাধু, দুর্জন, দুষ্ট, পাঁজী, শঠ, হাৰামী, ্ বদমাচ
ଅର୍ଥ : ভালৰ ওলোটা বা বিপৰীত
ଉଦାହରଣ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
ସମକକ୍ଷ : অধম, অনুচিত, অপকৃষ্ট, অসৎ, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
ସଂସ୍ଥାପନ କରନ୍ତୁ