ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : মনোযোগ দিয়া
ଉଦାହରଣ : বিলাতলৈ যোৱাৰ পিছত মনোজে কেতিয়াও নিজৰ ্গাঁৱৰ মাক-দেউতাকৰ খবৰ লোৱা নাছিল
ସମକକ୍ଷ : সোধ
ଅର୍ଥ : সেই ধৰণৰ কথা যাৰ আলমত অন্য কোনো ডাঙৰ কথা, ঘটনা, ৰহস্য আদিৰ অনুসন্ধান কৰা হয়
ଉଦାହରଣ : কালি হোৱা বেংক ডকাইতিৰ এতিয়ালৈকে কোনো ধৰণৰ শুংসূত্র বিচাৰি পোৱা নাই
ସମକକ୍ଷ : খা-খবৰ, শুংসূত্র
ଅର୍ଥ : কোনো উদ্দেশ্যৰে কোৱা বা কোওৱা বা লিখিত অথবা সাংকেতিক কোনো মহত্ত্বপূর্ণ ্কথা
ଉଦାହରଣ : নিজৰ ভায়েকৰ বিয়াৰ খবৰ পাই তেওঁ আনন্দত অধীৰ হৈ পৰিল
ସମକକ୍ଷ : বতৰা, বাতৰি, সংবাদ, সমাচাৰ, সম্বাদ
ଅର୍ଥ : ৰেডিঅʼ, বাতৰি-কাকত আদিত উপল্্ব্ধ হোৱা খবৰ
ଉଦାହରଣ : এতিয়া আপোনালোকে হিন্দীত দেশ-বিদেশৰ বাতৰি শুনি আছিল
ସମକକ୍ଷ : খবৰ বাতৰি, বাতৰি, বার্তা, সংবাদ, ্ সমাচাৰ
ଅର୍ଥ : মুখেৰে কোৱা কোনো সমাচাৰ
ଉଦାହରଣ : মই আপোনাক মাতিবৰ কাৰণে ৰামৰ যোগেদি খবৰ পঠিয়াইছোঁ
ସମକକ୍ଷ : বাতৰি, সন্দেশ
ଅର୍ଥ : কোনো বিষয়ৰ জ্ঞান বা পৰিচয় দিবৰ কাৰণে কাৰোবাক কোৱা কথা
ଉଦାହରଣ : বতৰ বিজ্ঞান বিভাগে ধাৰাসাৰ বৰষুণ হোৱাৰ বাতৰি দিছে
ସମକକ୍ଷ : জাননী, বাতৰি
ସଂସ୍ଥାପନ କରନ୍ତୁ