ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ খণ্ডন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

খণ্ডন   বিশেষ্য

ଅର୍ଥ : কাৰোবাৰ বাক্য বা সিদ্ধান্তৰ খণ্ডন কৰাৰ কাৰণে বা তাৰ বিৰোধ কৰিবৰ কাৰণে কোৱা কথা

ଉଦାହରଣ : পৃথিৱী স্থিৰ আৰু সূর্য গতিশীল, এই কথাৰ পোনপ্রথম প্রতিবাদ কৰিছিল গেলিলিওৱে

ସମକକ୍ଷ : প্রতিবাদ, বিৰোধ

ଅର୍ଥ : ভঙা-চিঙা বা কটা-কটি কৰা কার্য

ଉଦାହରଣ : পুলিচে মূর্তি খণ্ডনত লাগি থকা মানুহক ধৰি লৈ গʼল