ଅର୍ଥ : বহুত বেছি পৰিশ্রম কৰা
ଉଦାହରଣ :
বনুৱাই দিনৰ দিনটো খাটে আৰু তেতিয়াহে দিনটোৰ দুসাজ ৰুটি যোগাৰ কৰিব পাৰে
ଅର୍ଥ : কাৰোবাৰ দ্বাৰা বহুত কাম কৰোৱা
ଉଦାହରଣ :
উর্মিলাই নিজৰ সতিনীৰ জীয়েকক দিনে ৰাতিয়ে ঘৰৰ কামত খটায়
ସମକକ୍ଷ : কামত লগোৱা