ଅର୍ଥ : কাৰোবাৰ প্রগতিৰ স্তৰ নিৰূপণ কৰা কার্য
ଉଦାହରଣ :
শ্যামে নতুন শ্রেণীত কেনেকুৱা কৰিছে
ଅର୍ଥ : কোনো কাম আদিত ভালদৰে নিমগ্ন হোৱা
ଉଦାହରଣ :
তুমি নিজৰ কাম কৰা, সফলতা নিশ্চয় এদিন আহিব
ସମକକ୍ଷ : লাগি থকা
ଅର୍ଥ : (ত) লগোৱা বা কৰা
ଉଦାହରଣ :
চেষ্টা কৰা সন্ধান কৰা প্রেম কৰিবা, যুদ্ধ নহয়
ଅର୍ଥ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
ଉଦାହରଣ :
এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
ସମକକ୍ଷ : ঠিক কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা