ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কৰযোগ্য ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কৰযোগ্য   বিশেষণ

ଅର୍ଥ : যাৰ ওপৰত কৰ, শুল্ক আদি লগোৱা হৈছে

ଉଦାହରଣ : তহচিলদাৰে মোৰ কৰযোগ্য সম্পত্তিৰ হিচাপ-নিকাচ কৰি আছে

ଅର୍ଥ : যাৰ বা যিহৰ ওপৰত কৰ লগাব পাৰি

ଉଦାହରଣ : সকলোৱে নিজৰ কৰযোগ্য সম্পত্তিৰ বিৱৰণ দিব লাগিব