ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কৰমুক্ত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কৰমুক্ত   বিশেষণ

ଅର୍ଥ : যʼত শুল্ক বা কৰ লগা নাই

ଉଦାହରଣ : এই হস্পিতালখনৰ সকলোবোৰ সুবিধাই কৰমুক্ত

ସମକକ୍ଷ : কৰহীন, নিষ্কৰ, লাখেৰাজ

ଅର୍ଥ : যাৰ ওপৰত কৰ বা মাছুল লগোৱা হোৱা নাই

ଉଦାହରଣ : দোকানীজনে কৰমুক্ত খাদ্যৰ এখন তালিকা প্রস্তুত কৰি আছে

ସମକକ୍ଷ : কৰ মুক্ত

ଅର୍ଥ : যʼত কৰ আৰোপ কৰা হোৱা নাই

ଉଦାହରଣ : ৰজাই দুর্ভিক্ষৰ কাৰণে প্রজাক কৰমুক্ত কৰি দিলে

ସମକକ୍ଷ : কৰহীন