ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বস্তু ধৰিব পৰা আৰু কাম-কাজ কৰিব পৰা কান্ধৰ পৰা হাতোৰালৈকে থকা অংগ
ଉଦାହରଣ : তাৰ হাতত বৰ জোৰ আছে
ସମକକ୍ଷ : পাণি, ভূজ, হস্ত, হাত
ଅର୍ଥ : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন
ଉଦାହରଣ : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল
ସମକକ୍ଷ : কটল, কাটল, কৰ-কাটল, খাজনা, টেক্স, শুল্ক
ଅର୍ଥ : শৰীৰৰ কান্ধৰ পৰা পঞ্জাৰ শীর্ষ্্লৈকে থকা অংশ
ଉଦାହରଣ : দুর্ঘ্্টনাত তেওঁৰ ্সোঁহাতখন ভাগিল
ସମକକ୍ଷ : হস্ত, হাত
ଅର୍ଥ : কিলাকুটিৰ পৰা আঙুলিৰ আগলৈকে এক চব্বিশ আঙুলিয়া জোখৰ অংগ:এই কাপোৰখন দুহাত দীঘল
ଉଦାହରଣ :
ସମକକ୍ଷ : পাণি, হস্ত, হাত
ଅର୍ଥ : খেতি-বাতিৰ মাটিত লগোৱা কৰ
ଉଦାହରଣ : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল
ସମକକ୍ଷ : কটল, কাটল, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স, শুল্ক
ଅର୍ଥ : মণিবন্ধৰ আগৰ অংশ
ଉଦାହରଣ : তেওঁৰ ্হাতখন মেছিনটোৰ তলত সোমাই গʼল
ସମକକ୍ଷ : হাত
ସଂସ୍ଥାପନ କରନ୍ତୁ