ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : জলবায়ু আদিৰ প্রভাৱৰ কাৰণে হোৱা পৰি্ৱর্তন ্যাৰফলত বস্তু-বাহানি আদি বেয়া হৈ যায়
ଉଦାହରଣ : সময়ৰ লগে লগে ঐতিহাসিক প্রাসাদবোৰৰ অৱক্ষয় হোৱা পৰিলক্ষিত হৈছে
ସମକକ୍ଷ : অৱক্ষয়
ଅର୍ଥ : উপকাৰৰ বিপৰীত কাম বা অনুচিত বা বেয়া কাম
ଉଦାହରଣ : কাৰো অপকাৰ নকৰিবা
ସମକକ୍ଷ : অনিষ্ট, অপকাৰ, ক্ষতি, বৰবাদ, হানি
ଅର୍ଥ : লাহে-লাহে কমি যোৱা বা নষ্ট হৈ যোৱা কার্য
ଉଦାହରଣ : বৃদ্ধাৱস্থাত স্মৰণ শক্তি হ্রাস পাবলৈ ধৰে
ସମକକ୍ଷ : অপচয়, হ্রাস
ଅର୍ଥ : কোনো বস্তুৰ অস্তিত্বৰ সমাপ্তি
ଉଦାହରଣ : বিনাশৰ সময়ত বুদ্ধি লোপ পায়
ସମକକ୍ଷ : উচ্ছেদ, নিপাত, বিলোপ, লোপ
ସଂସ୍ଥାପନ କରନ୍ତୁ