ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ ভোক লাগিছে
ଉଦାହରଣ : মাকে ভোকাতুৰ শিশুটোক গাখীৰ খুৱাইছে
ସମକକ୍ଷ : ক্ষুধাতুৰ, ক্ষুধান্বিত, ক্ষুধিত, বুভুক্ষিত, ভুকীয়া, ভুখাৰি, ভোকাতুৰ, ভোকাল
ଅର୍ଥ : যি ভোকত মৰো মৰো হয়
ଉଦାହରଣ : আজিকালি চহৰৰ ৰাস্তাত বহুতো ভোকাতুৰক ভিক্ষা খোজা দেখা যায়
ସମକକ୍ଷ : ক্ষুধিত, ভোকত মৰা-, ভোকাতুৰ, ্ভোকাল
ସଂସ୍ଥାପନ କରନ୍ତୁ