ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো কাম আদি কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা শক্তি
ଉଦାହରଣ : সূর্য শক্তিৰ বহুত ডাঙৰ উৎস
ସମକକ୍ଷ : এনার্জি, তেজ, শক্তি
ଅର୍ଥ : কিবা ধাৰণ কৰাৰ যোগ্যতা বা শক্তি
ଉଦାହରଣ : এই চিনেমা গৃহটোৰ ধাৰণ ক্ষমতা পাঁচশ
ସମକକ୍ଷ : ধাৰণ ক্ষমতা
ଅର୍ଥ : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়
ଉଦାହରଣ : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়
ସମକକ୍ଷ : উপযুক্ততা, যোগ্যতা, সামর্থ্য
ଅର୍ଥ : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল
ସମକକ୍ଷ : শক্তি, সামর্থ্য
ସଂସ୍ଥାପନ କରନ୍ତୁ