ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : এবাৰ চকু মুদিবলে যিমান সময় লাগে সিমান পৰিমাণৰ সময়
ଉଦାହରଣ : পলকৰ বাবে আৰাম কৰি আগ বঢ়া যাৱক
ସମକକ୍ଷ : নিমেষ, পলক
ଅର୍ଥ : একেবাৰে কম সময়
ଉଦାହରଣ : স্বামী বিবেকানন্দ কম সময়তে প্রখ্যাত হৈ পৰিছিল
ସମକକ୍ଷ : অলপ সময়, কম সময়, খন্তেক
ଅର୍ଥ : যিটো হিচাপতকৈ কম
ଉଦାହରଣ : নিজৰ পৰিশ্রমৰ বলত ্তেওঁ কম সময়ৰ ভিতৰতে বহুতো উন্নতি কৰিলে
ସମକକ୍ଷ : অপ্রচুৰ, অপ্রতুল, অলপ, অল্প, আংশিক, কম, কিছু, ন্যূন, লেশ
ସଂସ୍ଥାପନ କରନ୍ତୁ